ভয়ংকৰ পথ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা বিজেপি নেত্ৰীৰ…

ভয়ংকৰ পথ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা বিজেপি নেত্ৰীৰ…
  • তামিলনাডুৰ নেলমাৰুবাথুৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
  • এগৰাকী বিজেপি নেত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত।
  • বিজেপি নেত্ৰী খুচবু সুন্দৰৰ বাহনখন এখন টেংকাৰৰ সৈতে সংঘৰ্ষ হয়।
  • এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বিজেপি নেত্ৰীগৰাকীৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in