কোৰোনাত আক্ৰান্ত হৈ বিজেপি বিধায়িকাৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ বিজেপি বিধায়িকাৰ মৃত্যু…
  • বিজেপি নেত্ৰী তথা বিধায়িকা কিৰণ মহেশ্বৰী কোৰোনাত আক্ৰান্ত হৈ মৃত্যু।
  • ৰাজস্থানৰ বিজেপি নেত্ৰী গৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়েও শোকব্যক্ত কৰিছে।
  • কোৰোনাত আক্ৰান্ত হৈ হাৰিয়ানাৰ মেন্ধাতা হস্পাতালত ভৰ্তি হৈ আছিল মহেশ্বৰী।
  • তাতে কৰি আছিল চিকিৎসা বিজেপি নেত্ৰীগৰাকী।
  • আৰু অৱশেষত দেওবাৰে নিশা মৃত্যু হয় বিধায়িকাগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in