ত্ৰিপুৰাত বিজেপিৰ জয়জয়কাৰ…

ত্ৰিপুৰাত বিজেপিৰ জয়জয়কাৰ…
  • পূৱ ত্ৰিপুৰা লোকসভা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰেৱতী ত্ৰিপুৰা।
  • বৰ্তমানলৈকে বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২২৭১৫৯ টা ভোট।
  • আনহাতে কংগ্ৰেছ প্ৰাৰ্থী মহাৰেজ কুমাৰী প্ৰজ্ঞা দেৱ বৰ্মনে লাভ কৰিছে ১৩১৪৬৫টা ভোট।
  • সমষ্টিটোৰ নোটা ভোটৰ সংখ্যা হৈছে ৫৪৭৮টা।
  • সমষ্টিটোৰ চিপিআই প্ৰাৰ্থী জীতেন্দ্ৰ চৌধুৰীয়ে লাভ কৰিছে ৯৫২২২টা ভোট।
  • আনহাতে পশ্চিম ত্ৰিপুৰা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰতিমা ভৌমিক।
  • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২০৪১৯৭টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী চুবাল ভৌমিকে লাভ কৰিছে ৯৭৭৪৯টা ভোট।
  • আনহাতে চিপিএম প্ৰাৰ্থী শংকৰ প্ৰসাদ দত্তই লাই কৰিছে ৬১৩০৬টা ভোট।
  • সমষ্টিটোৰ নোটা ভোটৰ সংখ্যা হৈছে ৪৩৩৭টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in