বিজেপিয়ে চুলেগৈ ৩০০ৰ ঘৰ, ৫২তে থমকিল কংগ্ৰেছ

বিজেপিয়ে চুলেগৈ ৩০০ৰ ঘৰ, ৫২তে থমকিল কংগ্ৰেছ
  • দিনৰ ১১.৩০ বজালৈকে ৫৪২ খন আসনৰ ভিতৰত ৫৩৪খন আসনৰ ফলাফল ঘোষণা।
  • বিজেপিয়ে লাভ কৰিছে ৩০০ খন আসন।
  • অগ্ৰগতি লাভ কৰি আছে ৩ খন আসনত।
  • কংগ্ৰেছে থমকি ৰ'ল ৫২ খন আসনতে।
  • পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছে লাভ কৰিছে ২২ খন আসন।
  • দ্ৰাবিড়া মুন্নেতেৰা কাৰাকমে লাভ কৰিছে ২৩ খন।
  • জেডিইউৱে লাভ কৰিছে ১৬ খন আসন।
  • শিৱসেনাই লাভ কৰিছে ১৮ খন আসন।
  • ৱাইএছআৰচিপিয়ে লাভ কৰিছে ২১ খন আসন।
  • এখনত অগ্ৰগতি লাভ কৰি আছে দলটোৱে।
  • এছপিয়ে লাভ কৰিছে ৫ খন আসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in