খুমটাইত বিজেপিৰ বিজয় ধ্বজা

  • খুমটাই সমষ্টিৰ দক্ষিণহেঙেৰা জিলা পৰিষদৰ দক্ষিণ দক্ষিণহেঙেৰা গাঁও পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ জয়।
  • পঞ্চায়ত খনৰ সভাপতি পদত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী চয়নিকা তামুলী।
  • আঞ্চলিক সদস্য পদত জয়লাভ বিজেপিৰ ডিম্পী দুৱৰাৰ।
  • পঞ্চায়তখনৰ ৮ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ।
  • কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছে দুটা ৱাৰ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in