চামগুৰিত বিজেপিৰ জয়যাত্ৰা অব্যাহত

  • চামগুৰি জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰীতা কাকতিৰ জয়লাভ।
  • চামগুৰি জিলা পৰিষদৰ অন্তৰ্গত সূতাৰ গাঁও পঞ্চায়তো বিজেপি বিজেপি প্ৰাৰ্থীৰ জয়লাভ।
  • পঞ্চায়তখনৰ ৭টা ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী।
  • কংগ্ৰেছ জয়ী ২টা ৱাৰ্ডত, অগপ এটাত।
  • সভাপতি পদত বিজেপিৰ প্ৰাৰ্থী প্ৰণতি দাধৰাৰ জয়।
  • আঞ্চলিক সদস্য পদত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী প্ৰভাত চন্দ্ৰ দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in