বিজেপি এটা দল নহয়,এটা মিছন : ৰঞ্জিত দাস…

বিজেপি এটা দল নহয়,এটা মিছন : ৰঞ্জিত দাস…
  • হেঙেৰাবাৰীস্থিত বিজেপি মুখ্য কাৰ্যালয়ত যোগদান অনুষ্ঠান ।
  • যোগদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ।
  • বুধবাৰে বিজেপিত যোগদান কৰে প্রাক্তন ডিআইজি শ্যামল শইকীয়াৰ ।
  • কেইবাগৰাকীও বিপিএফ নেতাৰো যোগদান বিজেপিত ।
  • বিজেপিলৈ যোগদানৰ নিৰবিচ্ছিন্ন সোঁত বৈছে বুলি মন্তব্য সভাপতি ৰঞ্জিত দাসৰ ।
  • ৫০ লাখ সদস্য আমাৰ আছে, আৰু বৃদ্ধি হ'ব বুলি ব্যক্ত কৰে দাসে ।
  • বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে বিজেপি এটা দল নহয়, এটা মিছন ।
  • অন্য দলৰ লোক আহি বিজেপিত যোগদান কৰাটো ভাল লক্ষণ বুলি মন্তব্য কৰে দাসে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in