কংগ্ৰেছত বৃহৎ খহনীয়া, শীঘ্ৰেই বিজেপিত যোগ দিব ৮ গৰাকী কংগ্ৰেছী বিধায়কে…

কংগ্ৰেছত বৃহৎ খহনীয়া, শীঘ্ৰেই বিজেপিত যোগ দিব ৮ গৰাকী কংগ্ৰেছী বিধায়কে…

ডিজিটেল ডেস্ক :

  • কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে যোগদান কৰিব বিজেপিত।
  • বিধায়ক কেইগৰাকীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত।
  • এই কথা দাবী কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে।
  • কোন কেইগৰাকী বিধায়কে যোগদান কৰিব সেয়া এতিয়াও গোপনীয় হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in