খেল নহয় সাব্যস্ত কৰিলে প্ৰতিবাদ, বৰ্ষাপাৰাত হাজাৰ হাজাৰ দৰ্শকে দিলে গ’ বেক ধ্বনি, VIDEO

খেল নহয় সাব্যস্ত কৰিলে প্ৰতিবাদ, বৰ্ষাপাৰাত হাজাৰ হাজাৰ দৰ্শকে দিলে গ’ বেক ধ্বনি, VIDEO
  • বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কা বিৰোধী ধ্বনি।
  • সৰ্বানন্দ গ' বেক, হিমন্ত বিশ্ব গ' বেক, জয়ন্ত মল্ল গ' বেক ধ্বনি দিয়ে উপস্থিত লোকে।
  • হাজাৰ হাজাৰ লোকে গ' বেক ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে।
  • বহুসময় ধৰি মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে, হিমন্ত বিশ্ব, জয়ন্ত মল্ল গ' বেক ধ্বনি দিয়ে লোকসকলে।
  • উল্লেখ্য যে, বৰষুণৰ বাবে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা খেলখন বাতিল কৰিবলগীয়া হয়।
  • খেল আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা আৰম্ভ হয় বৰষুণ।
  • উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবাগৰাকী মন্ত্ৰী বিধায়কে উপভোগ কৰিবলৈ গৈছিল খেল।
  • তেওঁলোকৰ লগতে ভিভিআইপিৰ আসনত বহিছিল বিচিচিআইৰ সচিব তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ।
  • ইফালে একাংশ লোকে বিজেপি চৰকাৰ গ' বেক ধ্বনিও দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in