শেহতীয়া খবৰ
উত্তৰ পূূূব দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ১২ দোষীক যাৱজ্জীৱন কাৰাদণ্ড...  •  সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…

খেল নহয় সাব্যস্ত কৰিলে প্ৰতিবাদ, বৰ্ষাপাৰাত হাজাৰ হাজাৰ দৰ্শকে দিলে গ’ বেক ধ্বনি, VIDEO

4,113
  • বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কা বিৰোধী ধ্বনি।
  • সৰ্বানন্দ গ’ বেক, হিমন্ত বিশ্ব গ’ বেক, জয়ন্ত মল্ল গ’ বেক ধ্বনি দিয়ে উপস্থিত লোকে।
  • হাজাৰ হাজাৰ লোকে গ’ বেক ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে।
  • বহুসময় ধৰি মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে, হিমন্ত বিশ্ব, জয়ন্ত মল্ল গ’ বেক ধ্বনি দিয়ে লোকসকলে।
  • উল্লেখ্য যে, বৰষুণৰ বাবে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা খেলখন বাতিল কৰিবলগীয়া হয়।

  • খেল আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা আৰম্ভ হয় বৰষুণ।
  • উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবাগৰাকী মন্ত্ৰী বিধায়কে উপভোগ কৰিবলৈ গৈছিল খেল।

  • তেওঁলোকৰ লগতে ভিভিআইপিৰ আসনত বহিছিল বিচিচিআইৰ সচিব তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ।
  • ইফালে একাংশ লোকে বিজেপি চৰকাৰ গ’ বেক ধ্বনিও দিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি