বিজেপি প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী সভাৰ বাবে সজোৱা মঞ্চত দুৰ্বৃত্তৰ অগ্নিসংযোগ

বিজেপি প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী সভাৰ বাবে সজোৱা মঞ্চত দুৰ্বৃত্তৰ অগ্নিসংযোগ
  • বকোত নিৰ্বাচন কেন্দ্ৰীক হিংসা।
  • বিজেপিৰ নিৰ্বাচনী সভাৰ বাবে সজাই তোলা মঞ্চত দুৰ্বৃত্তৰ অগ্নিসংযোগ।
  • কেৰাচিন তেল ঢালি কোনো দুৰ্বৃত্তই জ্বলাই দিলে মঞ্চ।
  • বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হৈছে এই ঘটনা।
  • শুকুৰবাৰে আছিল বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থী কুইন ওজাৰ সমৰ্থনত নিৰ্বাচনী সভা।
  • সভাৰ পূৰ্বে সংঘটিত হয় এই ঘটনা।
  • বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আয়োজন কৰা নিৰ্বাচনী মঞ্চ জ্বলাই দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in