সোমবাৰে মনোনয়ন দাখিল কৰিব দিলীপ শইকীয়াই…

সোমবাৰে মনোনয়ন দাখিল কৰিব দিলীপ শইকীয়াই…
  • সোমবাৰে মনোনয়ন দাখিল কৰিব দিলীপ শইকীয়াই।
  • দিলীপ শইকীয়া মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী।
  • মঙলদৈৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব শইকীয়াই।
  • সহস্ৰাধিক সমৰ্থকক লগত লৈ দাখিল কৰিব মনোনয়ন।
  • লগত সংগ দিব কেবাগৰাকী বিধায়ক আৰু বিজেপি কৰ্মীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in