শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

মঙলবাৰে অসমলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ সিং টোমৰ আৰু অৰুণ সিং…

621
  • মঙলবাৰে অসমলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ।
  • বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙো মঙলবাৰে আহিব অসমলৈ ।
  • নৱনিৰ্বাচিত বিধায়ক আৰু মিত্ৰজোঁটৰ বিধায়ক সকলৰ মতামত সংগ্ৰহ কৰি বিজেপিৰ সংসদীয় পৰিষদক জমা দিব প্ৰতিবেদন ।
  • মতামন সংগ্ৰহ কৰি দুয়োজন কেন্দ্ৰীয় পৰ্যবেক্ষকে উভতি যাব নতুন দিল্লীলৈ ।
  • তাৰ পিছতে ঘোষণা কৰা হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি