অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি

অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি
  • বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক অব্যাহত।
  • বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিলম্ব হোৱাৰ বাবে পলমকৈ আৰম্ভ হয় বৈঠক।
  • আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে বৈঠকৰ পৰা ওলাই আহি প্ৰাথিত্ব পোৱাটো নিশ্চিত বুলি মন্তব্য কৰিলে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।
  • আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত।
  • বিজেপিৰ প্ৰাৰ্থীৰ চূড়ান্ত নাম তালিকা প্ৰকাশৰ বাবে ঘনাই বৈঠকত বহিছে শীৰ্ষ নেতৃত্ব।
  • মঙলবাৰে নিশা বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা।
  • অসমৰ ১০ টাকৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাও মঙলবাৰে প্ৰকাশ কৰিব দলটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in