হতাশ বিজেপি! ‘মিছ কল’ দি দেশবাসীক ‘কা’ৰ সমৰ্থন কৰিবলৈ আহ্বান… VIDEO

হতাশ বিজেপি! ‘মিছ কল’ দি দেশবাসীক ‘কা’ৰ সমৰ্থন কৰিবলৈ আহ্বান… VIDEO

ডিজিটেল ডেস্কঃ ৰাজ্যত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পাছত বিজেপিয়ে এই বিতৰ্কিত আইনৰ সমৰ্থনত জনমত গঠনৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে। আনকি কা সমৰ্থনত মিছ কল যোগে সমৰ্থন প্ৰকাশ কৰিবলৈ টোলফ্ৰী নম্বৰ মুকলি কৰিছে বিজেপিয়ে।

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ফটো আৰু খবৰ। য'ত লিখিছে- নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ প্ৰতি সমৰ্থন দিবলৈ মিছ কল দিয়ক এটা নম্বৰত। সেই নম্বৰটো হৈছে ৮৮৬৬২-৮৮৬৬২। এই নম্বৰটো ডাইল কৰিলে ট্ৰুকলাৰত আহে 'Bjp Bjp' ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in