‘কা’ৰ সমৰ্থনত ৫ জানুৱাৰীৰ পৰা বিজেপিৰ ঘৰে ঘৰে সম্পৰ্ক অভিযান…

‘কা’ৰ সমৰ্থনত ৫ জানুৱাৰীৰ পৰা বিজেপিৰ ঘৰে ঘৰে সম্পৰ্ক অভিযান…
  • নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশত ঘৰে ঘৰে কেম্পেইন কৰিব বিজেপিয়ে।
  • ঘৰে ঘৰে সম্পৰ্ক অভিযান নামৰ এই বিশেষ কাৰ্যসূচীৰ বাবে গঠন কৰা হৈছে সমিতি।
  • এই সমিতিত আছে অমিত শ্বাহ, জে পি নড্ডা, ৰাজনাথ সিঙকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা।
  • ৪২ জনীয়া এই পেনেলত আছে স্মৃতি ইৰাণীৰ নামো।
  • ৫ জানুৱাৰীৰ পৰা আৰম্ভ হব কা ৰ সমৰ্থনত বিজেপিৰ এই অভিযান।
  • গুৱাহাটীত এই অভিযানৰ নেতৃত্ব লব শিৱৰাজ সিং চৌহানে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in