শেহতীয়া খবৰ
যুৱতীক ব্লেকমেইলিংঃ বিবাহিত আক্ৰাছু নেতাক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ...  •  পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ ১২৮ বছৰ....  •  গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অভিযানঃ ২৪ ঘণ্টাত দুটাকৈ বৃহৎ কাঠফলা কল উচ্ছেদ...  •  কোকৰাঝাৰত কংগ্ৰেছৰ সংবাদমেলঃ বিজেপিৰ দুজনী পত্নী এজনী পাকঘৰত , আনজনী ড্ৰয়িং ৰুমত...  •  আমি অসমত পৰিবৰ্তন আনিব লাগিব, ২০২৩ৰ ১০ মে'ৰ পূৰ্বে সকলো পুৰণি ফাইলৰ কাম শেষ কৰা হ'বঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা...  •  ট্ৰেক্টৰেৰে হাল বাই "শংকৰজ্যোতি কৃষিফাৰ্ম"ৰ শুভ উদ্বোধন বিধায়ক উৎপল বৰাৰঃ ৪২ বিঘা মাটিত ৰোপণ কৰিব উন্নত প্ৰজাতিৰ কুঁহিয়াৰ...  •  মুছলপুৰত ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন...  •  ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহৰ ১২৮ বছৰঃ তথ্য চিত্ৰৰ বাবে ২ কোটি ২০ লাখ টকা ঘোষণা মন্ত্ৰী অতুল বৰাৰ...  •  বড়োলেণ্ড সাংবাদিক সন্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ...  •  ৰে'লৰ চেপাত এটা মতা হাতীৰ কৰুণ মৃত্যু, দুটা আহতঃ পলাশবাৰীৰ কেইবাটাও অঞ্চলত ৰে'লৰ গতিবেগ কমোৱাৰ দাবী...

ফনীন্দ্ৰনাথ শৰ্মাক দ্বিতীয়বাৰৰ বাবে অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান…

  • বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই অসম আৰু ত্ৰিপুৰাৰ সাংগঠনিক সম্পাদকৰ নাম ঘোষণা কৰিছে।
  • দ্বিতীয়বাৰৰ বাবে ফনীন্দ্ৰনাথ শৰ্মাক প্ৰদান কৰা হৈছে অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব।
  • ত্ৰিপুৰাৰ সাংগঠিনক সাধাৰণ সম্পাদকৰো দায়িত্ব প্ৰদান কৰা হৈছে ফনীন্দ্ৰনাথ শৰ্মাক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি