দিল্লীৰ বিধানসভা নিৰ্বাচন, বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা…

দিল্লীৰ বিধানসভা নিৰ্বাচন, বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা…
  • দিল্লী বিধানসভাৰ প্ৰাৰ্থী তালিকা ঘোষণা।
  • বিজেপিয়ে ঘোষণা কৰিছে ৫৭ জন প্ৰাৰ্থীৰ নাম।
  • ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচন।
  • কপিল মিশ্ৰই মডেল টাউন সমষ্টিৰ পৰা অৱতীৰ্ণ হ'ব বিজেপি প্ৰাৰ্থীৰূপে।
  • বীজেন্দ্ৰ গুপ্তা হ'ব ৰোহিনী বিধানসভা ক্ষেত্ৰৰ বিজেপি প্ৰাৰ্থী।
  • ৰেখা গুপ্তাক বিজেপিৰ শালিমাৰ বাগ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান।
  • সুমন কুমাৰ গুপ্তা চান্দিনী চ'ক সমষ্টিৰ বিজেপি প্ৰাৰ্থী।
  • উল্লেখ্য যে, দিল্লী বিধানসভাত আছে মুঠ ৭০ খন আসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in