শেহতীয়া খবৰ
কোৰোণাৰ চিকিৎসাত প্লাজমা থেৰাপী আৰু Remdesivir ব্যৱহাৰত সতৰ্কতাঃ স্বাস্থ্য মন্ত্ৰালয়...  •  দুসপ্তাহৰ ভিতৰত দিব লাগিব উত্তৰ : অখিল গগৈৰ জামিন আবেদন সন্দৰ্ভত নিয়া লৈ জাননী প্ৰেৰণ উচ্চ ন্যায়ালয়ৰ ...  •  কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..  •  এছ আই কেলংকাৰীৰ কিবা খবৰ আছে নেকি ? যোগাযোগ কৰক আৰক্ষীক...  •  পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!  •  মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক...  •  ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী...  •  সৰভোগত ২০১৮-১৯ বৰ্ষৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণ বিধায়ক ৰঞ্জিত দাসৰ...  •  ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰৈ থকা ট্ৰাকত বাহনে মাৰিলে খুন্দা, নিহত প্ৰসূতীসহ ৭জন...  •  একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ, আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গৌতম ৰায়ৰ মৃত্যু...

দিল্লীৰ বিধানসভা নিৰ্বাচন, বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা…

370
  • দিল্লী বিধানসভাৰ প্ৰাৰ্থী তালিকা ঘোষণা।
  • বিজেপিয়ে ঘোষণা কৰিছে ৫৭ জন প্ৰাৰ্থীৰ নাম।
  • ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচন।
  • কপিল মিশ্ৰই মডেল টাউন সমষ্টিৰ পৰা অৱতীৰ্ণ হ’ব বিজেপি প্ৰাৰ্থীৰূপে।
  • বীজেন্দ্ৰ গুপ্তা হ’ব ৰোহিনী বিধানসভা ক্ষেত্ৰৰ বিজেপি প্ৰাৰ্থী।
  • ৰেখা গুপ্তাক বিজেপিৰ শালিমাৰ বাগ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান।
  • সুমন কুমাৰ গুপ্তা চান্দিনী চ’ক সমষ্টিৰ বিজেপি প্ৰাৰ্থী।
  • উল্লেখ্য যে, দিল্লী বিধানসভাত আছে মুঠ ৭০ খন আসন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি