ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা…

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা…
  • সন্মুখত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন।
  • ৰাজ্যখনৰ মুঠ ৮১ টা সমষ্টিত হ'ব বিধানসভা নিৰ্বাচন।
  • নিৰ্বাচনৰ বাবে বিজেপিয়ে দেওবাৰে ঘোষণা কৰিলে প্ৰাৰ্থীৰ এখন তালিকা।
  • তালিকাখনত আছে বিজেপিৰ ৫২জন প্ৰাৰ্থীৰ নাম।
  • ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে ৰাজ্যখনৰ জামশ্বেদপুৰ (পূব) বিধানসভা সমষ্টিত আগবঢ়াব প্ৰাৰ্থিত্ব।
  • ঝাৰখণ্ড পাৰ্টিৰ সভাপতি লক্ষ্মণ গিলুৱাই প্ৰাৰ্থিত্ব আগবঢ়াব চক্ৰধৰপুৰ বিধানসভা সমষ্টিত।
  • উল্লেখ্য যে, কংগ্ৰেছে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা।
  • তালিকাথন ঘোষণা কৰা হৈছে দলটোৰ ৫জন প্ৰাৰ্থীৰ নাম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in