জালুকবাৰীত প’লিং এজেন্টক বিজেপিয়ে অপদস্থ কৰাৰ অভিযোগ

জালুকবাৰীত প’লিং এজেন্টক বিজেপিয়ে অপদস্থ কৰাৰ অভিযোগ
  • জালুকবাৰীৰ পাণ্ডুৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত প'লিং এজেন্টত প্ৰৱেশৰ বাধা।
  • পাণ্ডুৰ ১২৩ নং ভোটগ্ৰহণ কেন্দ্ৰত এই ঘটনা।
  • কংগ্ৰেছৰ প'লিং এজেন্ট গৰাকীক বিজেপিয়ে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ অভিযোগ।
  • ঘটনাস্থলীত উপস্থিত কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰ।
  • ঘটনা সন্দৰ্ভত কংগ্ৰেছে দাখিল কৰে এজাহাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in