লোকসভা নিৰ্বাচনৰ বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

লোকসভা নিৰ্বাচনৰ বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

  • বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
  • এই তালিকাত মুঠ ৩৬জন প্ৰাৰ্থীৰ নাম ঘোষণা।
  • ইয়াৰে ২৩ জন প্ৰাৰ্থী অন্ধ্ৰপ্ৰদেশৰ।
  • মহাৰাষ্ট্ৰৰ ৬জন প্ৰাৰ্থীৰ নামো ঘোষণা।
  • মেঘালয়,অসমৰ এখন আৰু ওড়িশ্যাৰ ৫ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে।
  • মাজৰাতি এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা হয় প্ৰাৰ্থীৰ নামৰ তালিকা।
  • মেঘালয়ৰ শ্বিলং আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ছানবৰ ছুলাইয়ে।
  • অসমৰ তেজপুৰ আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিব পল্লৱ লোচন দাসে।
  • ওড়িশ্যাৰ পুৰী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সম্বিত পাত্ৰই।
  • দলটোৰ নিৰ্বাচনী সমিতিৰ বৈঠকৰ অন্তত প্ৰকাশ কৰা হয় এই তালিকা।
  • পূৰ্বতে প্ৰথমখন তালিকাত প্ৰকাশ কৰিছিল ১৮৪জন প্ৰাৰ্থীৰ নাম।
  • দ্বিতীয়খন তালিকাত স্থান পোৱা ৩৬জন প্ৰাৰ্থী ক্ৰমে-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in