বিজেপিৰ ১৫ টিকট বঞ্চিত প্ৰাৰ্থীক ৬ বছৰৰ বাবে প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ…

বিজেপিৰ ১৫ টিকট বঞ্চিত প্ৰাৰ্থীক ৬ বছৰৰ বাবে প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ…
  • বিজেপিৰ ১৫গৰাকী টিকট বঞ্চিত প্ৰাৰ্থীক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ।
  • ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে এই এইসকল নেতাক।
  • মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দলবিৰোধী কাৰ্যত লিপ্ত হোৱা বাবে বহিষ্কাৰ।
  • অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰণজিৎ দাসে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বহিষ্কাৰ কৰিছে তেওঁলোকক।
  • বহিষ্কাৰ কৰা নেতা কেইগৰাকী ক্ৰমে-
  • দিলীপ কুমাৰ পাল, শিলচৰ।
  • ৰাও গজেন্দ্ৰ সিং, নাওবৈছা।
  • প্ৰিয়ংকা নেওগ, চাবুৱা।
  • লক্ষেশ্বৰ মৰাণ, ডুমডুমা।
  • তৰুণ চাহু, ঢেকীয়াজুলি।
  • থৈবা সিং, লক্ষিপুৰ।
  • আশিষ হালদাৰ, সোণাই।
  • ক্ষিতিশ ৰঞ্জন পাল, হাইলাকান্দি।
  • ৰাম কুমাৰ নুনিয়া, কাটলিচেৰা।
  • মনোজ মোহন দেৱ, হাইলাকান্দি।
  • সীতা ইংতিপি, বৈঠালাংছু।
  • হেমন্ত অধিকাৰী, বৰছলা।
  • দেৱজিৎ মৰান, ডুমডুমা।
  • ৰাজেশ কিষাণ, ডুমডুমা।
  • দিলীপ বে, ডিফু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in