শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

অসমৰ ১০টা সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত…

1,194
  • ১০টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত।
  • বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী তালিকা।
  • ৪ সমষ্টিত মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ।
  • ১৬ মাৰ্চত ঘোষিত হ’ব প্ৰাৰ্থীৰ নাম।
  • সংবাদমাধ্যমক জনালে সভাপতি ৰঞ্জিত দাসে।
  • ডিব্ৰুগড়ত : ৰামেশ্বৰ তেলী, পুলক গোঁহাই।
  • যোৰহাটত : তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা।
  • লক্ষ্য কোঁৱৰ, শান্তনু গগৈৰ নাম যোৰহাট সমষ্টিত।
  • লখিমপুৰত : প্ৰদান বৰুৱা, হৰেন দেউৰী।
  • তেজপুৰত: হিমন্ত বিশ্ব শৰ্মা।
  • নগাঁৱত : ৰূপক শৰ্মা, ৰাজেন গোঁহাই।
  • গুৱাহাটীত : বিজয়া চক্ৰৱৰ্তী, বিজুলী কলিতা মেধি,কুইন ওজা আৰু ৰূপম গোস্বামী।
  • মঙলদৈত : ৰমেন ডেকা, দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা।
  • ডিফু : হৰেণ সিং বে, বিদ্যাসিং ইংলেং, তুলিৰাম ৰংহাঙৰ পত্নী।
  • শিলচৰ : ৰাজদ্বীপ ৰয়, পৰিমল শুক্লবৈদ্য।
  • কৰিমগঞ্জ : কৃপানাথ মল্লা, অমৰেশ ৰায়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি