অসমৰ ১০টা সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত…

অসমৰ ১০টা সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত…
  • ১০টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত।
  • বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী তালিকা।
  • ৪ সমষ্টিত মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ।
  • ১৬ মাৰ্চত ঘোষিত হ'ব প্ৰাৰ্থীৰ নাম।
  • সংবাদমাধ্যমক জনালে সভাপতি ৰঞ্জিত দাসে।
  • ডিব্ৰুগড়ত : ৰামেশ্বৰ তেলী, পুলক গোঁহাই।
  • যোৰহাটত : তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা।
  • লক্ষ্য কোঁৱৰ, শান্তনু গগৈৰ নাম যোৰহাট সমষ্টিত।
  • লখিমপুৰত : প্ৰদান বৰুৱা, হৰেন দেউৰী।
  • তেজপুৰত: হিমন্ত বিশ্ব শৰ্মা।
  • নগাঁৱত : ৰূপক শৰ্মা, ৰাজেন গোঁহাই।
  • গুৱাহাটীত : বিজয়া চক্ৰৱৰ্তী, বিজুলী কলিতা মেধি,কুইন ওজা আৰু ৰূপম গোস্বামী।
  • মঙলদৈত : ৰমেন ডেকা, দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা।
  • ডিফু : হৰেণ সিং বে, বিদ্যাসিং ইংলেং, তুলিৰাম ৰংহাঙৰ পত্নী।
  • শিলচৰ : ৰাজদ্বীপ ৰয়, পৰিমল শুক্লবৈদ্য।
  • কৰিমগঞ্জ : কৃপানাথ মল্লা, অমৰেশ ৰায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in