শেহতীয়া খবৰ
সোমবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হ’ব কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক  •  বাস্কেটবল খেলুৱৈ কোবে ব্ৰায়েন্ট আৰু কন্যাসহ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ৯জন...  •  মুম্বাইৰ মোৰলেণ্ড ৰোডত ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ...  •  জেদি(এছ)ৰ নেতা কে অমৰনাথ চেত্তীৰ ৮০ বছৰ বয়সত মৃত্যু...  •  সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা  •  UTC বাতিলৰ দাবীত বিটিএডি বন্ধৰ আহ্বান, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ...  •  গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই ৮ বছৰে বিনা বেতনেৰে কাম কৰা ডাবিডুবিৰ সূতাকলৰ ৮ চাকৰিয়ালে ল'লে অৱসৰ, VIDEO  •  চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO...  •  অনিৰ্দিষ্টকাললৈ বন্ধৰ আহ্বান কাৰ...  •  এপ’ল’ ইন্টাৰনেশ্যনেল হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন মোৰাঝাৰৰ সাংবাদিক তাজুদ্দিন...

বৃদ্ধি পালে ডিজেলৰ মূল্য…

275
  • শনিবাৰে বৃদ্ধি পালে ডিজেলৰ মূল্য।
  • ক্ৰমাগতভাৱে তৃতীয় দিনত ভৰি দিলে ডিজেলৰ মূল্যবৃদ্ধিয়ে।
  • প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি হৈছে ২১ পইচাকৈ।
  • ৰাজধানী চহৰ দিল্লীত শনিবাৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৬৬.৮৫ টকা।
  • ইফালে স্থিৰাৱস্থাতে আছে পেট্ৰলৰ মূল্য।
  • দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছে ৭৬ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি