Published on:
Updated on:
- শনিবাৰে বৃদ্ধি পালে ডিজেলৰ মূল্য।
- ক্ৰমাগতভাৱে তৃতীয় দিনত ভৰি দিলে ডিজেলৰ মূল্যবৃদ্ধিয়ে।
- প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি হৈছে ২১ পইচাকৈ।
- ৰাজধানী চহৰ দিল্লীত শনিবাৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৬৬.৮৫ টকা।
- ইফালে স্থিৰাৱস্থাতে আছে পেট্ৰলৰ মূল্য।
- দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৭৬ টকা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in