বুধবাৰে বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য…

বুধবাৰে বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য…
  • বুধবাৰে বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য।
  • প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ৮৭ টকাকৈ।
  • বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ দাম হৈছেগৈ ৩৮,৮৪২ টকা।
  • ইফালে মূল্য বৃদ্ধি পালে ৰূপৰো।
  • প্ৰতি কেজি ৰূপত বাঢ়িল ৪৫০ টকাকৈ।
  • বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য হৈছেগৈ ৪৭,২২০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in