কোৰোনাত আক্ৰান্তঃ বিটু সোণোৱাল আৰু ধৈৰ্য কোৱঁৰৰ কোভিড ৰিজাল্ট পজিটিভ…

কোৰোনাত আক্ৰান্তঃ বিটু সোণোৱাল আৰু ধৈৰ্য কোৱঁৰৰ কোভিড ৰিজাল্ট পজিটিভ…
  • অখিল গগৈৰ সৈতে কাৰাবন্দী হৈ থকা বিটু সোণোৱাল আৰু ধৈৰ্য কোৱঁৰৰ কোৰোনা পৰীক্ষাত ৰিজাল্ট আহিছে পজিটিভ।
  • নিশাই দুয়োজনকে প্ৰথমে জি এম চি এইচ আৰু পিছত সোণাপুৰলৈ নি খালী নথকাৰ বাবে পাণবজাৰৰ এম এম চিলৈ লৈ অহা হৈছিল।
  • বৰ্তমান দুয়োজনকে পাণবজাৰৰ এটা অস্থায়ী কেম্পত ৰখা হৈছে বুলি খবৰ পোৱা গৈছে।
  • ইফালে বৰ্তমানলৈকে অখিল গগৈৰ কোৰোনা পৰীক্ষা ৰিজাল্ট অহা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in