লকডাউনঃ গেলামাল দোকান খোলাৰ সময় নিৰ্ধাৰণ বিশ্বনাথ জিলা প্রশাসনৰ…

লকডাউনঃ গেলামাল দোকান খোলাৰ সময় নিৰ্ধাৰণ বিশ্বনাথ জিলা প্রশাসনৰ…
  • সমগ্ৰ দেশজুৰি কোৰোনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে লকডাউন।
  • এই লকডাউনৰ সময়চোৱাত বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা।
  • বিশ্বনাথ জিলাত গেলামাল দোকান আৰু গাখীৰৰ বিপনী সমূহ খোলাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছে।
  • গেলামালৰ পাইকাৰি দোকান সমূহ প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ আৰু খুচুৰা দোকান সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকিব।
  • গাখীৰৰ বিপনীসমূহ প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৯ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ খোলা ৰাখিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in