শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

বিশ্বনাথত ১২ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰীক ৮০ বছৰীয়া লোকৰ বলাৎকাৰৰ অভিযোগ

484
  • বিশ্বনাথত সংঘটিত হৈছে এক বলাৎকাৰৰ ঘটনা।
  • এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰৰ অভিযোগ ৮০ বছৰীয়া এজন লোকৰ বিৰুদ্ধে।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
  • অভিযুক্ত লোকজনৰ নাম অনিল শইকীয়া।
  • কিশোৰীগৰাকী বিশেষভাৱে সক্ষম বুলি জানিব পৰা গৈছে।
  • লোকজনে নিজৰ ঘৰলৈ মাতি নি এই ঘটনা সংঘটিত কৰাৰ অভিযোগ।
  • অভিযুক্ত লোকজনক আটক কৰিছে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি