বিশ্বনাথত ১২ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰীক ৮০ বছৰীয়া লোকৰ বলাৎকাৰৰ অভিযোগ

বিশ্বনাথত ১২ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰীক ৮০ বছৰীয়া লোকৰ বলাৎকাৰৰ অভিযোগ
  • বিশ্বনাথত সংঘটিত হৈছে এক বলাৎকাৰৰ ঘটনা।
  • এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰৰ অভিযোগ ৮০ বছৰীয়া এজন লোকৰ বিৰুদ্ধে।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
  • অভিযুক্ত লোকজনৰ নাম অনিল শইকীয়া।
  • কিশোৰীগৰাকী বিশেষভাৱে সক্ষম বুলি জানিব পৰা গৈছে।
  • লোকজনে নিজৰ ঘৰলৈ মাতি নি এই ঘটনা সংঘটিত কৰাৰ অভিযোগ।
  • অভিযুক্ত লোকজনক আটক কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in