বিশ্বনাথত চোৰৰ চাফাই অভিযানঃ লুটি নিলে ২০ লক্ষাধিক টকাৰ মোবাইল…

বিশ্বনাথত চোৰৰ চাফাই অভিযানঃ লুটি নিলে ২০ লক্ষাধিক টকাৰ মোবাইল…
  • শনিবাৰে নিশা বিশ্বনাথত চুৰি কাণ্ড।
  • বিশ্বনাথ নগৰৰ মাজমজিয়াৰ বিশ্বনাথ পাৱাৰ নামৰ প্ৰতিষ্ঠানত এই চুৰি কাণ্ড।
  • চোৰে উক্ত প্ৰতিষ্ঠান ওপৰৰ টিং পাট কাটি চুৰ কৰি নিলে প্ৰায় বিশ লক্ষাধিক টকাৰ মবাইল ফোন।
  • ইতিমধ্যে বিশ্বনাথ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
  • বিশ্বনাথত হোৱা সঘনাই চুৰি কাণ্ডই নিদ্ৰা হৰিছে বিশ্বনাথবাসীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in