শেহতীয়া খবৰ
প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...

বিশ্বনাথত চোৰৰ চাফাই অভিযানঃ লুটি নিলে ২০ লক্ষাধিক টকাৰ মোবাইল…

84
  • শনিবাৰে নিশা বিশ্বনাথত চুৰি কাণ্ড।
  • বিশ্বনাথ নগৰৰ মাজমজিয়াৰ বিশ্বনাথ পাৱাৰ নামৰ প্ৰতিষ্ঠানত এই চুৰি কাণ্ড।

  • চোৰে উক্ত প্ৰতিষ্ঠান ওপৰৰ টিং পাট কাটি চুৰ কৰি নিলে প্ৰায় বিশ লক্ষাধিক টকাৰ মবাইল ফোন।
  • ইতিমধ্যে বিশ্বনাথ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
  • বিশ্বনাথত হোৱা সঘনাই চুৰি কাণ্ডই নিদ্ৰা হৰিছে বিশ্বনাথবাসীৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি