শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

সুখৰ নহ’ল পহু মাংসৰ পাৰ্টি! পাকঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিলেগৈ কেৰাহিৰে সৈতে ২জনক

595
  • বিশ্বনাথৰ বিহালীত পহুৰ মাংস সহ গ্ৰেপ্তাৰ দুজন ব্যক্তি।
  • এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল আৰু বিহালী আৰক্ষীৰ যুটীয়া অভিযানত বিহালীৰ ৰাংচালিৰ দলনি গাৱত এটা পাম ঘৰৰ পৰা উদ্ধাৰ পহু মাংসসহ দুজন ব্যক্তি।
  • ধৃত ব্যক্তি দুজন হ’ল বিহালী ৰাংচালিৰ কাছকটা গাঁৱৰ বিশ্বজিৎ বৰুৱা ওৰফে টাকাও আৰু দলনি গাঁৱৰ অকমান লৰা বৰা ওৰফে হলিৰাম।
  • ব্যক্তি দুজনৰ পৰা ৰান্ধি থোৱা আৰু সংৰক্ষণ কৰি থোৱা পহুৰ মাংস আৰু তিনিখন পহুৰ ছাল জব্দ কৰে অভিযানকাৰী দলটোৱে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি