বিশ্বনাথত বন্দুকসহ গ্ৰেপ্তাৰ কুখ্যাত গড় চিকাৰী, VIDEO

বিশ্বনাথত বন্দুকসহ গ্ৰেপ্তাৰ কুখ্যাত গড় চিকাৰী, VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত বন্দুকসহ কুখ্যাত গড় চিকাৰী গ্ৰেপ্তাৰ। কুখ্যাত গড় চিকাৰী পাপুৱা ওৰফে পৱিত্ৰ কামানক মঙলবাৰে গহপুৰ হাৱাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়া আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া ৰাজু গগৈৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

দুটাকৈ গঁড় হত্যাৰ সৈতে জড়িত ( আগৰতলী আৰু গমিৰি)কুখ্যাত গড় চিকাৰীটোক গহপুৰৰ বালিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা সময়ছোৱাত এটা ৩০৩ ৰাইফল জব্দ কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in