১৩২ কিলোৱাট বিদ্যুতৰ খুটাত উঠি যুৱকৰ আত্মহত্যাৰ অপচেষ্টা…

১৩২ কিলোৱাট বিদ্যুতৰ খুটাত উঠি যুৱকৰ আত্মহত্যাৰ অপচেষ্টা…
  • বিশ্বনাথৰ পূব জিনজিয়াত চাঞ্চল্যকৰ ঘটনা ৷
  • ১৩২ কিলোৱাট বিদ্যুতৰ খুটাত উঠি আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ।
  • প্ৰশাসনে বহু চেষ্টা কৰিও খুটাৰ পৰা নমাব পৰা নাই যুৱকজনক।
  • জানিব পৰা মতে, যুৱকজনৰ নাম চানিৰাম ওৰাং।
  • কৰ্মৰ সূত্ৰে চেন্নাইত থকা যুৱকজন শনিবাৰে ঘৰলৈ উভতি আহিছিল বুলি জানিব পৰা গৈছে।
  • এই ঘটনাৰ পাছত গহপুৰ, লক্ষিমপুৰৰ আদিত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ৷
  • ঘটনাস্থলীত উপস্থিত হৈছে জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়া ৷
  • যুৱকজনৰ আত্মহত্যাৰ অপচেষ্টাৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in