শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

বিশ্বনাথত শোকাৱহ ঘটনা! বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ…

172
  • বিশ্বনাথৰ বেদেতীত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷
  • বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল এজন যুৱকৰ৷
  • মৃত যুৱকজন বিশ্বনাথৰ জৰাবাৰী গাৱঁৰ জয়ন্ত বৰা(৩১) বুলি চিনাক্ত কৰা হৈছে ৷
  • বেদেতীত নিৰ্মীয়মান ৰেলৱে অভাৰ ব্ৰীজত কাম কৰি থকাৰ সময়তেই সংঘঠিত হয় এই কৰুণ ঘটনা।
  • অভাৰ ব্ৰীজখনত জোখমাখ কৰি থাকোতে যুৱকজনৰ হাতত থকা লোহাৰ স্কেল হঠাৎ লাগি যায় ওচৰতে থকা ১১ কেভি বিদ্যুতৰ তাঁৰত ৷
  • ৰেল বিভাগৰ গাফিলতিৰ বাবেই যুবকজনৰ মৃত্যু সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷
  • যুৱকজনৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি