বিশ্বনাথত শোকাৱহ ঘটনা! বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ…

বিশ্বনাথত শোকাৱহ ঘটনা! বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ…
  • বিশ্বনাথৰ বেদেতীত সংঘটিত হ'ল এক শোকাৱহ ঘটনা ৷
  • বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল এজন যুৱকৰ৷
  • মৃত যুৱকজন বিশ্বনাথৰ জৰাবাৰী গাৱঁৰ জয়ন্ত বৰা(৩১) বুলি চিনাক্ত কৰা হৈছে ৷
  • বেদেতীত নিৰ্মীয়মান ৰেলৱে অভাৰ ব্ৰীজত কাম কৰি থকাৰ সময়তেই সংঘঠিত হয় এই কৰুণ ঘটনা।
  • অভাৰ ব্ৰীজখনত জোখমাখ কৰি থাকোতে যুৱকজনৰ হাতত থকা লোহাৰ স্কেল হঠাৎ লাগি যায় ওচৰতে থকা ১১ কেভি বিদ্যুতৰ তাঁৰত ৷
  • ৰেল বিভাগৰ গাফিলতিৰ বাবেই যুবকজনৰ মৃত্যু সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷
  • যুৱকজনৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in