বিশ্বনাথত সাহিত্যিক নগেন কোঞৰক সম্বৰ্ধনা

বিশ্বনাথত সাহিত্যিক নগেন কোঞৰক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশিষ্ট লেখক তথা গহপুৰৰ জ্যেষ্ঠ সাংবাদিক নগেন কোঞৰক আজি বিশ্বনাথ জিলা প্ৰশাসনে তেওঁৰ জীৱনজোৰা সাহিত্য চৰ্চাক সন্মান জনাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

আজি ৭২ সংখ্যক স্বাধীনতা দিৱসত বিশ্বনাথ চাৰিআলিৰ কছাৰী মৈদাম খেলপথাৰত জিলা প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত বাৰেৰহনীয়া সভাত জিলা উপায়ুক্ত ধীৰাজজ্যোতি কলিতাই নিৰৱ নিৰৱচ্ছিন্নভাৱে অসমৰ সাহিত্যৰ জগতখনলৈ আগবঢ়াই অহা অৱদানৰ বাবে কোঞৰক ফুলাম গামোচা, সঁফুৰা আৰু সম্বৰ্ধনা পত্ৰৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in