বাটৰ নাটেৰে সাংবাদিক নিগ্ৰহৰ ব্যতিক্ৰমী প্ৰতিবাদ বিশ্বনাথৰ সাংবাদিকৰ…video

বাটৰ নাটেৰে সাংবাদিক নিগ্ৰহৰ ব্যতিক্ৰমী প্ৰতিবাদ বিশ্বনাথৰ সাংবাদিকৰ…video

ডিজিটেল সংবাদ,বিশ্বনাথ : সাংবাদিক নিগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি বিশ্বনাথত সংবাদিকৰ ব্যতিক্ৰমী প্ৰতিবাদ । বাটৰ নাট পৰিবেশন কৰি এই প্ৰতিবাদ কৰে বিশ্বনাথৰ সাংবাদিক সকলে । মিৰ্জাৰ অসমীয়া প্ৰতিদিনৰ সংবাদিক মিলন মহন্ত জুৱাৰীয়ে কৰা সেই আক্ৰমনৰ ঘটনাক নাটকৰ ৰূপ দি সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ কৰে বিশ্বনাথৰ সাংবাদিক সকলে ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আয়োজিত এক অনুস্থানত বিশ্বনাথ প্ৰেছ ক্লাৱৰ উদ্যোগত সাংবাদিক কাজি জেইদুল ইছলাম পৰিচালনা- অভিনয়ৰে আৰু সাংস্কৃতিকৱান যুৱক দিব্যজ্যোতি শৰ্মা বৰুৱা,অচ্যুতকৃষ্ণ দাস,নয়ন নিৰ্বান কাকতি আৰু সৌৰভ বৰাই সাৱলীল অভিনয়েৰে দেখুৱালে এক ব্যতিক্ৰমী প্ৰতিবাদ ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in