জামুগুৰিহাটত পথ দুৰ্ঘটনা, নিহত সেনা জোৱান…

জামুগুৰিহাটত পথ দুৰ্ঘটনা, নিহত সেনা জোৱান…
  • জামুগুৰিহাটৰ টৌভঙাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা।
  • দুৰ্ঘটনাত নিহত হৈছে এজন সেনা জোৱান।
  • দ্ৰুতবেগী বলেৰ' বাহনে খুন্দিয়ালে পথচাৰীক।
  • মৃত জোৱানজনৰ নাম সঞ্জু বৰা।
  • জামুগুৰিহাটৰ গেৰেলুৱাচুকত ঘৰ সঞ্জু বৰাৰ।
  • ছুটীত ঘৰলৈ আহিছিল মৃত জোৱানজন।
  • আহত আন ৪জনক TMCHত ভৰ্তি কৰোৱা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in