নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিশ্বনাথত চাইকেল ৰেলী… VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিশ্বনাথত চাইকেল ৰেলী… VIDEO
  • নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বিশ্বনাথ নগৰত চাইকেল ৰেলী অনুষ্ঠিত।
  • সদৌ অসম ছাত্ৰ সন্থাৰ আৰু ৩০ জনগোষ্ঠী সংগঠনৰ আহ্বানত এই চাইকেল ৰেলী বাহিৰ।
  • লগতে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বাহিৰ কৰা হয় এই ৰেলী।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত চাইকেল ৰেলী অনুস্থিত কৰি ছাত্ৰ-ছাত্ৰী সকলে উত্তাল কৰি তোলে বিশ্বনাথ নগৰ।
  • বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ পৰা আৰম্ভ কৰা এই চাইকেল ৰেলীৰে গাঁৱে গাঁৱে চলাব কেব বিৰোধী অভিযান ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in