বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা
  • বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা।
  • সংবাদমেলযোগে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে বৰুৱাৰ নেতৃত্বৰ বিৰুদ্ধে কৰে এই ঘোষণা।
  • 'বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই দলীয় টিকত দিয়াৰ নামক কংগ্ৰেছ কৰ্মীৰ পৰা বেংকযোগে লৈছিল বৃহৎ ধন।'
  • এই অভিযোগ বিশ্বনাথত তৃণমূল কংগ্ৰেছ কৰ্মীৰ।
  • যিকোনো পৰিস্থিতিত দিলীপ বৰুৱাক সভাপতিৰ আসনৰ পৰা বহিষ্কাৰ কৰা দাবী তৃণমূল কংগ্ৰেছ কৰ্মীৰ।
  • 'দিলীপ বৰুৱাৰ নেতৃত্বত লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিত কেতিয়াও জয় নহয় কংগ্ৰেছ দল।'
  • প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰক এপিচিচিয়ে শ্ব'কজ জাৰি কৰাক লৈ কৰ্মীসকলে দুখ প্ৰকাশ কৰে।
  • প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সভাপতি দিলীপ বৰুৱাই ৰাজনৈতিক ষড়যন্ত্ৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in