বিশ্বনাথত নাও দুৰ্ঘটনা, সন্ধানহীন যাত্ৰী

বিশ্বনাথত নাও দুৰ্ঘটনা, সন্ধানহীন যাত্ৰী
  • বিশ্বনাথৰ মুখৰগড় চাহ বাগিচাত অঘটন।
  • বাগিচাখনৰ সমীপৰ ঘিলাধাৰী নৈত নাও দুৰ্ঘটনা।
  • নদী পাৰ হ'বলৈ লওঁতেই সংঘটিত এই দুৰ্ঘটনা।
  • ৪ গৰাকী মহিলাক জীৱন্তে উদ্ধাৰ, দুগৰাকী সন্ধানহীন।
  • সন্ধানহীন জ্যোতি চাহু, দীপাঞ্জলী কেওট।
  • উদ্ধাৰ কৰা মহিলাকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in