বিশ্বনাথত ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

বিশ্বনাথত ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ডিজিটেল সংবাদ,বিশ্বনাথঃ শুকুৰবাৰে সদৌ আদিবাসী জাতীয় মহাসভাই আহ্বান কৰা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ বিশ্বনাথটো দেখা গ'ল। বন্ধলৈ সৰ্মথন জনোৱা আছাৰ কৰ্মী আৰু প্ৰতিবাদীকাৰী সকলে পুৱাই বিশ্বনাথ চহৰৰ মাজ-মজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোকান-পোহাৰ আদি বন্ধ কৰোৱাৰ পৰিলক্ষিত হয়। আৰক্ষীয়ে ইতিমধ্যে ৩ জন প্ৰতিবাদকাৰীক আটক কৰাৰ লগতে বাকী প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ প্ৰয়াস কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in