বিশ্বনাথত প্রথমজন কোৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু…

বিশ্বনাথত প্রথমজন কোৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু…
  • বিশ্বনাথৰ প্ৰথমজন কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যু৷
  • বামগাঁৱৰ লোকেশ্বৰ বৰাক তেজপুৰ মেডিকেল কলেজলৈ ১০৮ৰ জৰিয়তে নি থকা অৱস্থাত মৃত্যু হয়৷
  • কোৰোনত আক্ৰান্ত হোৱা লোকজন কেইবাদিন ধৰি বিশ্বনাথ চাৰিআলি কোভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল৷
  • সোমবাৰে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হৈছিল যদিও বাটতে মৃত্যু হয় তেওঁৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in