বিশ্বনাথত পুনৰ ১৫ গৰাকী লোকৰ দেহত COVID-19

বিশ্বনাথত পুনৰ ১৫ গৰাকী লোকৰ দেহত COVID-19
  • ৰাজ্যৰ ভিন্ন প্ৰান্তত কোৰোনাৰ প্ৰকোপ বৃদ্ধি পাইছে।
  • বিশ্বনাথত ভয়ংকৰ হৈ পৰিছে COVID-19ৰ গণ-সংক্ৰমণ।
  • বিশ্বনাথত পুনৰ ১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19।
  • উল্লেখ্য যে, বিগত কেইটামান দিন ধৰি বিশ্বনাথত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।
  • আনফালে গুৱাহাটীতো কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক অৱনতি ঘটিছে।
  • যোৱা বুধবাৰৰ দিনটোতে ৩০০ৰো অধিক লোকৰ দেহত ধৰা পৰিছে কোৰোনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in