বিশ্বকৰ্মা পূজা ক’ত কেনেকৈ উদযাপন? LIVE

বিশ্বকৰ্মা পূজা ক’ত কেনেকৈ উদযাপন? LIVE
  • গণেশগুৰিৰ ভিন্ন স্থানত বিশ্বকৰ্মা পূজা। গাড়ীৰ গৰাকীৰে ভৰি পৰিছে বিভিন্ন পূজাস্থলী। বিশ্বখনিকৰৰ পৰা লৈছে আশীষ।
  • চানমাৰি অভিান্ত্ৰিক প্ৰতিষ্ঠানতো উলহ-মালহেৰে বিশ্বকৰ্মা পূজাৰ আয়োজন।
  • চানমাৰিস্থিত জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যালয়ত বিশ্বকৰ্মা পূজা আয়োজন। গড়কাপ্তানি বিভাগৰ কাৰ্যালয়তো পূজাক লৈ উখল-মাখল পৰিৱেশ।
  • একমাত্ৰ বিশ্বকৰ্মা মন্দিৰতো পূজাৰ বাবে ভক্তৰ লানি নিছিগা সোঁত।
  • পল্টন বজাৰস্থিত পুলিচ ৰিজাৰ্ভত বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰৰ প্ৰতিমাৰ কাষত একে-৪৭ ৰাখি পূজা-অৰ্চনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in