বিশ্বকৰ্মা মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত, চাওঁক ভিডিঅ’

বিশ্বকৰ্মা মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত, চাওঁক ভিডিঅ’

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি বিশ্বকৰ্মা পূজা। নিৰ্মাণ-সৃজনৰ দেৱতা বিশ্বখনিকৰৰ আৰাধনাৰে মুখৰিতে হৈ পৰিছে আকাশ-বতাহ। মহানগৰীৰো বিভিন্ন স্থানত বিশ্বকৰ্মা পূজা উদযাপন কৰিছে ভক্তসকলে।

আজিৰ পূজাৰ দিনা গুৱাহাটীস্থিত একমাত্ৰ বিশ্বকৰ্মা মন্দিৰত দেখা গৈছে ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিগা ভিৰ। ধূপ-ধূনা, চাকি-বন্তি জ্বলাই দেৱশিল্পীগৰাকীৰ শৰাণাপন্ন হৈছে অগণন ভক্ত। চাওঁক বিশ্বকৰ্মা মন্দিৰৰ কিছু ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in