ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে…

ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে…
  • বডোলেণ্ড পিপ'লছ ফ্ৰণ্টৰ (বিপিএফ)ৰ সদস্য বিশ্বজিৎ দৈমেৰীয়ে ৰাজ্যসভাৰ এমপি পদৰ পৰা পদত্যাগ কৰে।
  • বিগত সপ্তাহত দৈমেৰীয়ে বিপিএফৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰিছিল।
  • দেওবাৰে দৈমাৰীয়ে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে।
  • ৰাজ্যসভাৰ অধ্যক্ষ ভেংকাৰা নাইডুলৈ লিখা এখন পত্ৰৰ জৰিয়তে দৈমেৰীৱে ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ কৰে।
  • তেওঁ নাইডুক পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
  • দৈমাৰীৰ মন্তব্য, বিপিএফৰে তেওঁৰ কোনোধৰণৰ শত্ৰুতা নাই।
  • বিপিএফৰ সৈতে কিছুমান মতৰ মিল নাই বুলি কয় বিশ্বজিৎ দৈমাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in