শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে…

339
  • বডোলেণ্ড পিপ’লছ ফ্ৰণ্টৰ (বিপিএফ)ৰ সদস্য বিশ্বজিৎ দৈমেৰীয়ে ৰাজ্যসভাৰ এমপি পদৰ পৰা পদত্যাগ কৰে।
  • বিগত সপ্তাহত দৈমেৰীয়ে বিপিএফৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰিছিল।
  • দেওবাৰে দৈমাৰীয়ে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে।
  • ৰাজ্যসভাৰ অধ্যক্ষ ভেংকাৰা নাইডুলৈ লিখা এখন পত্ৰৰ জৰিয়তে দৈমেৰীৱে ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ কৰে।
  • তেওঁ নাইডুক পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
  • দৈমাৰীৰ মন্তব্য, বিপিএফৰে তেওঁৰ কোনোধৰণৰ শত্ৰুতা নাই।
  • বিপিএফৰ সৈতে কিছুমান মতৰ মিল নাই বুলি কয় বিশ্বজিৎ দৈমাৰীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি