প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰৰ সন্ধান ক’ত ওলাল…

প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰৰ সন্ধান ক’ত ওলাল…
  • প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰৰ অমিতৰাজ দৈমাৰীৰ সন্ধান পোৱা গৈছে ।
  • মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল অমিতৰাজ ।
  • বঙাইগাওঁৰ চাপাগুৰি নামৰ স্থানত তেওঁৰ সন্ধান পোৱা গ'ল ছাত্ৰ জনৰ ।
  • আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে ছাত্ৰ জনক ।
  • এটা বাছ ষ্টপেজত ৰৈ আছিল ছাত্ৰজন ।
  • ৰিয়েলিটি পাব্লিক স্কুলৰ ছাত্ৰ আছিল অমিতৰাজ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in