বিশ্বজিৎ দৈমাৰী হ’ব বিজেপিৰ ৰাজ্য সভাৰ সাংসদ…

ফাইল ফটো
ফাইল ফটো
  • বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে বিশ্বজিৎ দৈমাৰী।
  • খালী হোৱা ৰাজ্যসভাৰ আসনৰ বাবে ১৫ ফেব্ৰুৱাৰীত তেওঁ দাখিল কৰিছিল মনোনয়ন।
  • ২০২০ চনৰ নবেম্বৰ মাহত বিজেপিত যোগদান কৰাৰ পিছত দৈমাৰীয়ে পদত্যাগ কৰিছিল ৰাজ্যসভাৰ পৰা।
  • অসমৰ একমাত্ৰ খালী আসন খনৰ বাবে এজনেই আছিল প্ৰাৰ্থী।
  • আন কোনো প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা নকৰাত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in