মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে বিশ্বজিত দৈমাৰীয়ে…

মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে বিশ্বজিত দৈমাৰীয়ে…
  • দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে বিশ্বজিত দৈমাৰীয়ে।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী।
  • উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।
  • এই অনুষ্ঠানতে ইমানুৱেল মুছাহাৰীয়েও যোগদান কৰিলে বিজেপিত।
  • উল্লেখ্য যে, যোৱা শনিবাৰে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল বিশ্বজিত দৈমাৰীয়ে।
  • অধ্যক্ষলৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in