চেঙা সমষ্টিৰ বৰবিলা গাও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ বিষ্ণুপুৰ গাওবাসীৰ ভোট বৰ্জন…

চেঙা সমষ্টিৰ বৰবিলা গাও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ বিষ্ণুপুৰ গাওবাসীৰ ভোট বৰ্জন…
  • চেঙা সমষ্টিৰ বৰবিলা গাও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ বিষ্ণুপুৰ গাওবাসীৰ ভোট বৰ্জন ৷
  • ভেটগ্ৰহন কেন্দ্ৰ স্থানান্তৰৰ প্ৰতিবাদত ভোট বৰ্জন গাওবাসীৰ ৷
  • ১৮০ নং বাৰা নিম্ন বুনিয়াদী বিদ্যালয়ত পূৰ্বৰে পৰা ভোট প্ৰদান কৰি আহিছিল গাওবাসীয়ে ৷
  • কিন্তু বিগত লোকসভা নিৰ্বাচনত ভোট গ্ৰহন কেন্দ্ৰতো বৰবিলা প্ৰাথমিক বিদ্যালয়লৈ স্থানান্তৰ কৰে৷
  • ভেটগ্ৰহন কেন্দ্ৰতো পূৰ্বৰ স্থানতে ৰখাৰ দাবীত জিলা প্ৰশাসনক দাবী জনাই অহাৰ পিচতো জিলা প্ৰশাসনে গ্ৰহন নকৰিলে কোনো ব্যৱস্থা ৷
  • যাৰফলত গাওবাসীয়ে এইদৰে ভোটবৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
  • ভোটগ্ৰহন কেন্দ্ৰটোত আছে প্ৰায় ৮০০ ভোটাৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in