ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল…

ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল…
  • সোমবাৰে মনোনয়ন দাখিল কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিয়ে।
  • ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ইংতিয়ে।
  • শোভাযাত্ৰা কৰি মনোনয়ন দাখিল কৰে বীৰেণছিং ইংতিয়ে।
  • কংগ্ৰেছৰ ডিমা হাছাও জিলাৰ সভাপতি নিৰ্মল লাংথাছা, প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক টেৰণসহ এটা দলৰ সৈতে শোভাযাত্ৰা কৰি মনোনয়ন দাখিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in