বীৰেন্দ্ৰ নাথ দত্ত অসুস্থ, খবৰ ল’লে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাই

বীৰেন্দ্ৰ নাথ দত্ত অসুস্থ, খবৰ ল’লে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাই

ডিজিটেল ডেস্কঃ বিশিষ্ট লোকসংস্কৃতি, সাহিত্যিক বীৰেন্দ্ৰ নাথ দত্ত অসুস্থ। এই বিশিষ্ট সাহিত্যিকগৰাকীৰ আজি স্বাস্থ্যৰ খবৰ লয় মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ বাসগৃহলৈ মুখ্যমন্ত্ৰীৰ হৈ গোস্বামীয়ে তেখেতৰ স্বাস্থ্যৰ বুজ লয়। অসমীয়া লোকসংস্কৃতিৰ লগতে সাহিত্য-সংগীত জগতৰ এগৰাকী নীৰব সাধক বীৰেন্দ্ৰ নাথ দত্তৰ আশুআৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in